গুৱাহাটীত এতিয়াৰে পৰা সুৰাৰ হোম ডেলিভাৰী…

আজি অনুষ্ঠিত হ’ল ৰাজ্যিক কেবিনেটৰ নৱমখন বৈঠক। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনেধৰণৰ-

  • এমাহৰ বাবে অনলাইন লিকাৰৰ পৰীক্ষামূলক ব্যৱস্থা
  • Notification ওলোৱাৰ লগে লগে আৰম্ভ হ’ব এই ব্যৱস্থা
  • MGNREGAৰ দৰে পুখুৰী খন্দা বিষয়টোকো অগ্ৰাধিকাৰ
  • ঘৰে ঘৰে গছ ৰোপোণৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ সংকল্প
  • জেনেৰেল এডমিনিষ্ট্ৰেচন নামেৰে এটা নতুন দপ্তৰৰ পোষকতা
DA News PlusHome DeliveryWine
Comments (0)
Add Comment