অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সাল-সলনি, জানক সৱিশেষ

  • অসম আৰক্ষীত শীৰ্ষ পৰ্যায়ত সালসলনি
  • গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত আইপিএছ হৰমিট সিং
  • পূৰ্বে এই দায়িত্বত আছিল আইপিএছ মুন্নাপ্ৰসাদ গুপ্তা
  • মুন্নাপ্ৰসাদ গুপ্তাক এডিজিপি(ভিজিলেন্স/এণ্টি কৰাপশ্যন)ৰ দায়িত্ব
  • এল আৰ বিষ্ণৈক কোকৰাঝাৰলৈ বদলি
  • BTADৰ নতুন ভাৰপ্ৰাপ্ত IGP বিষ্ণৈ
  • স্পেচিয়েল DGP (T&AP)ৰো অতিৰিক্ত দায়িত্ব
  • হৰমিত সিং গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত
  • ADGP (সীমান্ত)ৰ অতিৰিক্ত দায়িত্বত হৰমিত সিঙক
  • এ ৱাই ভি কৃষ্ণক CIDৰ ADGP ৰূপে বদলি
  • হীৰেন নাথক ADGP(SB) আৰু STFৰ অতিৰিক্ত দায়িত্ব
  • সুৰেন্দ্ৰ কুমাৰক IGP(Modernization, Planning & Coordication)ৰ দায়িত্ব
Assam Breaking NewsAssam PoliceDA News PlusTransfer
Comments (0)
Add Comment