এতিয়াৰে পৰা কলকাতা-ইম্ফল-ডিব্ৰুগড়ৰ মাজত চলিব ইণ্ডিগ’ৰ বিমান

ডিব্ৰুগড়ৰ পৰা উড়ানৰ নতুন ফ্লাইট৷ এতিয়াৰে পৰা কলকাতা-ইম্ফল আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰিব ইণ্ডিগ’ৰ বিমান৷ সোমবাৰে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা উৰা মাৰে ইণ্ডিগৰ প্ৰথমটো ফ্লাইটে৷ ইণ্ডিগ’ৰ এই ATR-72 বিমানখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয় ৱাটাৰ চেল্যুটেৰে৷ 

দৈনিক কলকাতা-ইম্ফল-ডিব্ৰুগড়ৰ মাজত চলাচল কৰিব ইণ্ডিগ’ৰ এই বিমান৷ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা উড়ানৰ এইটো হৈছে তৃতীয়টো ফ্লাইট৷

AssamDA News PlusDibrugarhFlight
Comments (0)
Add Comment