APDCLৰ কাৰ্যালয়ত ভংগ ক’ভিড প্ৰট’কল ,SOP ভংগ কৰি বিল দিবলৈ আহিল শতাধিক লোক

বিশ্বনাথ জিলাৰ গহপুৰত ভয়াৱহ পৰিস্থিতি ৷ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে বিশ্বনাথত ঘোষণা কৰিছে সম্পূৰ্ণ লকডাউন ৷ কিন্তু কানসাৰ নাই একাংশ বিদ্যুৎ উপভোক্তাৰ ৷

গহপুৰৰ APDCLৰ কাৰ্যালয়ত ক’ভিড প্ৰট’কল ভংগ কৰি  শতাধিক লোক গোট খালে বিদ্যুতৰ মাচুল দিবলৈ ৷ মুখত নাই মাস্ক, মনা নাই সামাজিক দূৰত্ব ৷

APDCLBreakDA_News_PlusSOP
Comments (0)
Add Comment