আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট,কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বৈঠকখনত !

আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জনতাভৱনত পুৱা ১১ বজাত হ’ব বৈঠক ৷ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ৷ কেইবাখনো জিলাত যোৱা দুটা দিনত বাঢ়িছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷

কেবিনেটত ক’ভিড পৰিস্থিতি সন্দৰ্ভতো নতুন সিদ্ধান্তৰ সম্ভাৱনা ৷ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনাৰ সম্ভাৱনা আছে ৷ জনসংখ্যা নীতি, পৰীক্ষাকে ধৰি কেইবাটাও দিশত আলোচনা হ’ব কেবিনেটত ৷

AssamCabinetDA News PlusMeeting
Comments (0)
Add Comment