অৱশেষত উদ্ধাৰ হ’ল অপহৃত অজিত দাস, সৱিশেষ সামৰি ১৬টা খবৰ

  1. অৱশেষত উদ্ধাৰ হ’ল অপহৃত অজিত দাস
  2. পল্টনবজাৰ কালীবাৰীৰ পৰা হৈছিল এই অপহৰণ
  3. অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ ব্যৱসায়ীজন
  4. লতাশিল আৰক্ষী- ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত উদ্ধাৰ
  5. আটক ৩ আৰক্ষীৰ লোকসহ এজন কম্পাউণ্ডৰ
  6. আটক ফাঁচিবজাৰ আৰক্ষী চকীৰ জোৱান ৰাজবাবু সিং
  7. বেটেলিয়নৰ হাবিলদাৰ জীতেন বাইলুঙো আটক
  8. আটক জাগীৰোড থানাৰ হোম গাৰ্ড সুৰুজ পাটৰ
  9. অপহৰণেৰে জড়িত কম্পাউণ্ডৰ মনেশ্বৰ দাসক আটক
  10. জাগীৰোডৰ ঘগুৱা পাহাৰৰ দুৰ্গম স্থানত চলিছিল অভিযান
  11. ৮ কিঃমিঃ খোজকাঢ়ি গৈছিল আৰক্ষী-ক্ৰাইম ব্ৰাঞ্চৰ দল
  12. এটা সৰু জুপুৰীত বান্ধি ৰাখিছিল অজিত দাসক
  13. জুপুৰীত কাকো নাপাই আৰক্ষীয়ে কৰিছিল শূন্যলৈ গুলী
  14. গুলীচালনাৰ পিছতে অপহৰণকাৰী কেইটাৰ আত্মসমৰ্পণ
  15. পুৱাই গুৱাহাটীলৈ লৈ অহা হয় অজিত দাসক
  16. অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ড এতিয়াও পলাতক
Ajit DasBreaking NewsDA News PlusKidnap
Comments (0)
Add Comment