ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন SOP, কি কি নিয়ম মানিব লাগিব আপুনি, ১২টা ডাঙৰ খবৰ

  1. ৰাজ্য চৰকাৰৰ নতুন ক’ভিড SOP
  2. ২৮ জুনৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব  নিৰ্দেশনা
  3. গুৱাহাটীকে ধৰি ১০খন জিলাত ১২ ঘণ্টীয়া কাৰ্ফিউ
  4. সন্ধ্যা ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
  5. বিয়লি ৪ বজালৈ খোলা থাকিব কাৰ্যালয়, দোকান-পোহাৰ
  6. ওদালগুৰি, পশ্চিম কাৰ্বিআংলং, ডিমা হাচাও,চৰাইদেউ, হাইলাকান্দি…
  7. দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাঙত ১২ ঘণ্টীয়া কাৰ্ফিউ
  8. ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰীত ২ৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ
  9. বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাইতো ২ বজাৰ পৰা কাৰ্ফিউ
  10. শোণিতপুৰ, শিৱসাগৰ,যোৰহাট, তিনিচুকীয়া, লখিমপুৰত ২ বজাৰ পৰা কাৰ্ফিউ
  11. ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং, ডিব্ৰুগড়ত ২ বজাৰ পৰা কাৰ্ফিউ
  12. বোকাখাত মহকুমা, বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰাত ২৪ ঘণ্টাই কাৰ্ফিউ
AssamDA News PlusGovernmentSOP
Comments (0)
Add Comment