অসমত বলৱৎ হ’ল সান্ধ্য আইনৰ নতুন নীতি নিৰ্দেশনা, পঢ়ক ১২ টা গুৰুত্বপূৰ্ণ খবৰ

  1. ক’ভিড সম্পৰ্কত নতুন SOP ঘোষণা।
  2. সংবাদমেলত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
  3. বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা কণ্টেইনমেণ্ট জ’ন।
  4. গোলাঘাটৰ বোকাখাতো কণ্টেইনমেণ্ট জ’ন।
  5. সোমবাৰৰ পৰা এসপ্তাহৰ বাবে কণ্টেইনমেণ্ট জ’ন।
  6. এইকেইখন জিলাত অব্যাহত থাকিব অত্যাৱশ্যকীয় সেৱা।
  7. গুৱাহাটীত ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ।
  8. বিয়লি ৪ বজাৰ পৰা গুৱাহাটীত সান্ধ্যআইন।
  9. আন্তঃজিলা যাতায়াত বন্ধ থাকিব।
  10. ১ জুলাইৰ পৰা বৃদ্ধি কৰা হ’ব ক’ৰোনা ভেকচিন প্ৰদান।
  11. দুটাকৈ ভেকচিন লোৱাসকলে বিমান বন্দৰ, ৰে’ল ষ্টেছনত টেষ্ট কৰিব নালাগে।
  12. ৰাজ্যত ২৪৭টা হটস্পট চিনাক্ত কৰা হৈছে।
AssamCurfewDA News PlusSOP
Comments (0)
Add Comment