‘চিএম’-ৰ ২৩ টা ‘চীফ’ ঘোষণা
- পূৰ্বে মই কোৱা কথা ৰাজনৈতিক মন্তব্য আছিলঃ মুখ্যমন্ত্ৰী
- দুখীয়া আৰু আৰ্তজনৰ বাবে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই
- ‘১.২৫ লাখ টকাৰ ওপৰত ঋণ দিব নোৱাৰিব মাইক্ৰ’ফাইনেন্সে’
- ‘তেওঁলোকে ২ লাখ টকাপৰ্যন্ত ঋণ দিছিল গ্ৰাহকক’
- ‘সেই টকা তেওঁলোকে ৰেহাই দিব লাগিব’
- ‘৮ হাজাৰ ২৫০ কোটি টকাৰ সুত মাফ’
- টকা ঘূৰাই দিয়াসকলক চৰকাৰে দিব পুৰস্কাৰ
- ‘৩টা কেটেগ’ৰীত ঋণ মাফ কৰিব চৰকাৰে’
- ‘ৰেহাই লোৱাসকলে ভৱিষ্যতে নাপাব বেংকৰ ঋণ’
- মাইক্ৰ’ফাইনেন্সাৰসকলৰেও বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
- আন একাধিক সংস্থাৰেও মুখ্যমন্ত্ৰীৰ বৈঠক
- খানাপাৰা প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বৈঠক
- বৈঠকৰ অন্তত সংবাদমেল মুখ্যমন্ত্ৰীৰ
- SDG India Index ২০২০-২১ৰ সন্দৰ্ভত আলোচনা
- ২০১৮ৰ তুলনাত অসমৰ বৰ্তমান ভাল ফল
- ২০১৮ত পাইছিল ৪৯ নম্বৰ, ২০২১ বৰ্ষত পাইছে ৫৭ নম্বৰ
- নিতি আয়োগৰ সৈতে বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ
- অসমৰ মহিলা পুৰুষৰ আক্ৰোশৰ বলি হৈছে : নিতি আয়োগ
- ‘অসমৰ সকলো থানালৈ সকলো যাব পাৰে, সেয়েহে গোচৰ বেছি’
- NESACৰ সৈতেও বৈঠক মুখ্যমন্ত্ৰীৰ
- অসমৰ উন্নয়নত ছেটেলাইটৰ সহায় বিচাৰিছে চৰকাৰে
- সংবাদমেলত মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা
- ‘দুটাতকৈ অধিক সন্তান থকা দম্পতীয়ে নাপাব চৰকাৰী আঁচনিৰ সুবিধা’