ৰাজ্যত প্ৰকাশ পালে চৰকাৰৰ নতুন SOP

ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা। গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। আন্তঃজিলা যাতায়াত বন্ধ থাকিব ২২ জুনলৈ। নগৰ অঞ্চলৰ ৫% কণ্টেইনমেণ্ট জ’ন। গ্ৰামাঞ্চলত ১০% হ’ব কণ্টেইনমেণ্ট জ’ন। হাফলঙত সংবাদমেল যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ইফালে আন কিছু নিৰ্দেশনাও প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত কঠোৰ সান্ধ্য আইন। শোণিতপুৰ নগাঁৱতো কঠোৰভাৱে বলৱৎ সান্ধ্য আইন। বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান । বন্ধ থাকিব সকলো বজাৰ-সমাৰ। খোলা থাকিব জৰুৰীকালীন সেৱাসমূহ।

AssamDA News PlusSOP
Comments (0)
Add Comment