ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ২ যুৱকে

ধেমাজি গাইনদীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ২ জন যুৱক ক্ৰমে অপূৰ্বজ্যোতি ভূঞা আৰু দিব্যজ্যোতি দেউৰী।

ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ গৈ থকা NDRF ৰ AR-02-6055 নম্বৰৰ এখন এম্বুলেন্স আৰু ধেমাজি দিশৰ পৰা গৈ থকা AS-22-F-2788 নম্বৰৰ এখন এল্ট বাহনৰ সংঘৰ্ষত দুয়োজন যুৱক থিতাতে নিহত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পিছত NDRF ৰ দলে মেছিনেৰে কাটিহে গাড়ীখনৰ পৰা মৃতদেহ উলিয়াবলৈ সক্ষম হৈছে|

AccidentDA News PlusDhemaji
Comments (0)
Add Comment