ৰজাবাৰীত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

শিৱসাগৰ জিলাৰ নাজিৰা নামতি ৰজাবাৰীত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ। ৰজাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত গেলেকী আঠখেল বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটো।

দীৰ্ঘদিন ধৰি নামতিৰ ৰজাবাৰীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া বহু কেইখন গাঁৱৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল কেইবাটাও নাহৰফুটুকী বাঘে।

DA News PlusLeopradNazira Leopard
Comments (0)
Add Comment