দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ অসুস্থ

দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ অসুস্থ। শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে শিলচৰত গ্ৰীণ হিলছ হাস্পতালত চিকিৎসাধীন বিধায়ক ছিদ্দিক আহমেদ।

বিধায়কগৰাকী জ্বৰ, কাহৰ লগতে বুকুৰ বিষত ভূগিছে বুলি চিকিৎসকে জানিবলৈ দিছে। অৱশ্যে ৰেপিড এণ্টিজেন টেষ্টত তেওঁৰ ক’ভিড নিগেটিভ পোৱা গৈছে যদিও চিকিৎসকে তেওঁক আৰ টি পি চি আৰ টেষ্ট কৰাৰ পৰামৰ্শ দিছে।

DA News PlusSiddiqui ahmedSoth Karimganj MLA
Comments (0)
Add Comment