উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ ব্যক্তিগত টুইটাৰ একাউন্টৰ পৰা আঁতৰিল ব্লু টিক

টুইটাৰৰ পৰা আঁতৰিল উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ব্লু টিক। শনিবাৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ ব্যক্তিগত টুইটাৰ একাউন্টৰ পৰা ব্লু টিক (নীলা চিহ্ন) আঁতৰ কৰা হয়।

বিগত ছয় মাহে নাইডু টুইটাৰত সক্ৰিয় হৈ নথকাৰ বাবেই আঁতৰ কৰোৱা হয় ব্লু টিক। এই কথা সদৰী কৰে খোদ টুইটাৰ কৰ্তৃপক্ষই। কিন্তু তেওঁৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা আঁতৰ কৰা হোৱা নাই ব্লু টিক।

DA News Plusremoves blue tickTwitter removesVenkiah Naidu
Comments (0)
Add Comment