এটকীয়া মুদ্ৰাৰ জৰিয়তে লাভ কৰক ১.৫ লাখ টকা!

ই–কমাৰ্চ ছাইট Quickrত মহাৰাণী ভিক্টোৰিয়াৰ সময়ৰ এটকীয়া মুদ্ৰা ১.৫ লাখ টকাত বিক্ৰী হৈ আছে। যদি আপোনাৰ হাতত ১৮৬২ চনত মুকলি কৰা ১ টকাৰ এই মুদ্ৰাটো আছে, তেন্তে আপুনি অনলাইনযোগে ডেৰ লাখ টকা উপাৰ্জন কৰিব পাৰে।

পুৰণি মুদ্ৰা বিক্ৰী কৰিবলৈ বা পুৰণি মুদ্ৰা ক্ৰয় কৰিবলৈ থকা ই–কমাৰ্চ ৱেবছাইট Quickrত যাব লাগিব। প্ৰথমে আপুনি এগৰাকী অনলাইন বিক্ৰেতা ৰূপে পঞ্জীয়ন কৰিব লাগিব। আপোনাৰ লগত থকা ১ টকাৰ সেই বিশেষ মুদ্ৰাৰ এখন ছবি আপলোড কৰিব লাগিব। যদি আপুনি ভাগ্যৱান, তেন্তে ক্ৰেতাই আপোনাৰ লগত সম্পৰ্ক কৰিব আৰু আপুনি পেমেণ্ট–ডেলিভাৰীৰ চৰ্ত অনুযায়ী ইয়াক বিক্ৰী কৰিব পাৰিব।

এনেদৰে আপুনি পুৰণি মুদ্ৰাৰে যথেষ্ট অৰ্থ উপাৰ্জন কৰিব পাৰে।

#DA_News_Plus#Onerupee
Comments (0)
Add Comment