আদৰ্শ বোৱাৰীৰ আদৰ্শ কৰ্মৰ সামাজিক মাধ্যমত চৰ্চা লাভ

আদৰ্শ বোৱাৰীৰ আদৰ্শ কৰ্ম। বোৱাৰীৰ দায়বদ্ধতা এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। ক’ভিড পজিটিভ শহুৰেকক বোকোচাত তুলি চিকিৎসালয়লৈ নিয়ে বোৱাৰী নিহাৰিকাই। মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে নিহাৰীকাই।

নিহাৰীকাৰ স্বামী আৰু জ্যেষ্ঠ ভাতৃ কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে। মহামাৰী ক’ভিড বিধিৰ বাবে স্ব-গৃহলৈ আহিব পৰা নাই স্বামী আৰু জ্যেষ্ঠ ভাতৃ। অৱশেষত পুত্ৰৰ দায়িত্ব পালন কৰিলে বোৱাৰী নিহাৰীকাই। নগাঁৱৰ ৰহাৰ নিহাৰীকাৰ এই আদৰ্শ কৰ্মই এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।

DA News PlusDaughter in LawRaha news
Comments (0)
Add Comment