গোলাঘাটৰ জামুগুৰিত হাতত পিষ্টল লৈ সুৰাসক্ত বালি মাফিয়াৰ তাণ্ডৱ

গোলাঘাটৰ জামুগুৰিত হাতত পিষ্টল লৈ সুৰাসক্ত বালি মাফিয়াৰ তাণ্ডৱ। অত্যাধিক সুৰা সেৱন কৰি তীব্ৰ বেগত AS-05-J-5391 নম্বৰৰ এখন থাৰ চলাই সন্ত্ৰাস চলাই অঞ্চলটোত।

সুৰাৰ ৰাগিত নিয়ন্ত্ৰণ হেৰুৱাই পশুধনক হত্যা কৰাৰ লগতে CISF-ৰ এখন জোৱানভৰ্তি বাচত খুন্দা মাৰে। বৰ্তমান জামুগুৰি আৰক্ষী থানাৰ জিম্মাত ধৃত ৰোহিনী কুমাৰ গগৈ। আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা জব্দ কৰিছে এটা .22 পিষ্টল।

DA News PlusGolaghat .Maphia
Comments (0)
Add Comment