ভাল খবৰ, ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড পজিটিভিটীৰ হাৰ

  • ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড পজিটিভিটীৰ হাৰ৷
  • ২৪ ঘণ্টাত আক্ৰান্ত ৫,৬১৩গৰাকী৷
  • কামৰূপ মহানগৰত আক্ৰান্ত ৫৮০ গৰাকী৷
  • ২৪ ঘণ্টাত মৃত্যু হয় ৭৭গৰাকীৰ৷
  • ২৪ ঘণ্টাত পৰীক্ষা কৰা হয় ১,১৬,৫৬২ লোকক৷
  • পজিটিভিটীৰ হাৰ ৪.৮২ শতাংশ৷
  • আৰোগ্যৰ হাৰ ৮৫.২৫ শতাংশ৷
  • এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
AssamCovidDA News PlusHimanta Biswa Sarma
Comments (0)
Add Comment