ক’ৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা

  • ক’ৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা।
  • জানিব পৰা অনুসৰি মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে সাহিত্যিক গৰাকী।
  • ২০ মে’ত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল লক্ষ্মীনন্দন বৰাক।
  • স্বাস্থ্যৰ অবনতি ঘটাত সোমবাৰৰ পৰা ICUত ভৰ্তি কৰোৱা হয়।
  • অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল ড০ লক্ষ্মীনন্দন বৰা।
AssamCovidDA News PlusLakhinandan Bora
Comments (0)
Add Comment