বিবেক এক্সপ্ৰেছেৰে কেৰালাৰ পৰা আহি কোনে বিলালেহি অসমত ক’ৰোনা…

  • বিবেক এক্সপ্ৰেছত অহা অবিবেচক যাত্ৰীক লৈ আতংক অব্যাহত৷
  • মধ্য অসমৰ পৰা বৰাক উপত্যকালৈ বিয়পিছে আতংক৷
  • বিবেক এক্সপ্ৰেছত অহা ১৫৮ যাত্ৰীক কৰায়ত্ত৷
  • ধৃত যাত্ৰীৰ প্ৰায় ১৫জনৰ দেহত ক’ৰোনা৷
  • বাকীসকল যাত্ৰীৰ বিৰুদ্ধে চলি আছে অভিযান৷
  • বিবেক এক্সপ্ৰেছেৰে কেৰালাৰ পৰা আহিছিল সহস্ৰাধিক যাত্ৰী৷
  • ক’ভিড পৰীক্ষা নকৰাকৈ ষ্টেছন এৰিছিল বহু যাত্ৰীয়ে৷
  • এই যাত্ৰীসকলক লৈ আতংকিত সকলো৷
AssamCovidDA News PlusTrain
Comments (0)
Add Comment