কাৰ্বি আংলঙৰ ধনশিৰিৰ সঞ্জয় ৰংহাং হত্যাকাণ্ড গোচৰত দুজনক আটক

  • কাৰ্বি আংলঙৰ ধনশিৰিৰ সঞ্জয় ৰংহাং হত্যাকাণ্ড গোচৰত দুজনক আটক।
  • বুধবাৰে নিশা সংঘটিত হত্যাকাণ্ডটোৰ পিছতে আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান।
  • এই অভিযান কালতে ধনশিৰিৰ হাফজানৰ পৰা নৱজিৎ থাউচেন আৰু পলিচ লাংথাচা নামৰ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে।
  • সঞ্জয় ৰংহাং হত্যাকাণ্ডত DNLA সংগঠন জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
ArrestDA News PlusKarbianglongMurder
Comments (0)
Add Comment