কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ১৬ টা সিদ্ধান্ত পঢ়ক একেলগে

ক’ৰোনা পৰিস্থিতি সন্দৰ্ভত কামৰূপ (মঃ) প্ৰশাসনৰ সংবাদমেল। এখন সংবাদমেল সম্বোধন কৰি দেওবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে জিলা প্ৰশাসনে। সংবাদমেলৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা এনেধৰণৰ-

  • কণ্টেইনমেণ্ট জ’নসমূহত কমিছে আক্ৰান্তৰ হাৰ
  • সোমবাৰে ৮, ১৬, ২৮ নম্বৰ ৱাৰ্ডৰ কণ্টেইনমেণ্ট প্ৰত্যাহাৰ হ’ব
  • নতুনকৈ সৰু সৰু কণ্টেইনমেণ্ট জ’নৰ সিদ্ধান্ত প্ৰশাসনৰ
  • সময়মতে চিকিৎসাধীন নোহোৱাৰ বাবে মৃত্যুৰ হাৰ বাঢ়িছে
  • অসুস্থ অনুভৱ কৰিলে তাৎক্ষণিকভাৱে পৰীক্ষা কৰক : DC
  • কামৰূপ মহানগৰত এতিয়ালৈ ৫৭৩গৰাকীৰ মৃত্যু
  • সকলোৱে সামাজিক দূৰত্ব মানক : CP
  • ‘আৰক্ষীয়ে তালাচী বৃদ্ধি কৰিছে’
  • ‘একাংশই SOP উলংঘা কৰিছে’
  • ‘এতিয়ালৈ ৮.২৫ লাখ টকাৰ জৰিমণা বিহা হৈছে’
  • মাস্ক নিপিন্ধা লোকৰ পৰা সংগ্ৰহ ৯.৫৫ লাখ টকা
  • ‘মঙলবাৰৰ পৰা এপাৰ্টমেণ্টসমূহত টেষ্ট কৰা হ’ব’
AdministrationAnnounceBreaking NewsDA News PlusKamrup Metro
Comments (0)
Add Comment