ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল, সলনি হ’ল কেইবাখনো জিলাৰ উপায়ুক্ত

ৰাজ্যৰ প্ৰশাসনিক বিভাগত ৰদবদল। কেইবাগৰাকী প্ৰশাসনিক বিষয়াক বদলি কৰা হৈছে। বদলি কৰা বিষয়াসকলৰ একাংশ হৈছে-

  • IAS আয়ুস গাৰ্গক বাক্সাৰ উপায়ুক্তৰ দায়িত্ব
  • ACS তেজ প্ৰসাদ ভূশলক উপায়ুক্তৰূপে নিযুক্তি
  • বৰপেটাৰ উপায়ুক্ত হিচাপে নিযুক্তি ভূশলক
  • IAS বীণা পেগুক চৰাইদেউৰ উপায়ুক্ত নিযুক্ত
  • IAS নৰেন্দ্ৰ কুমাৰ শ্বাহ চিৰাঙৰ নতুন উপায়ুক্ত
  • IAS প্ৰভাতী থাওছেনক দৰঙৰ উপায়ুক্তৰ দায়িত্ব
  • IAS পি বিজয় ভাস্কৰ ৰেড্ডীক ধেমাজিলৈ বদলি
  • ৰেড্ডীক ধেমাজিৰ উপায়ুক্ত হিচাপে নিযুক্তি
  • ধুবুৰীৰ নতুন উপায়ুক্ত IAS এন্বামুথন এম পি
  • ACS মীনাক্ষী দাস নাথক গোৱালপাৰালৈ বদলি
  • গোৱালপাৰাৰ উপায়ুক্তৰ দায়িত্ব মীনাক্ষী নাথক
  • IAS মানৱেন্দ্ৰ প্ৰতাপ সিং গোলাঘাটৰ উপায়ুক্ত
  • হাইলাকান্দিৰ উপায়ুক্ত IAS ৰোহন কুমাৰ ঝা
  • যোৰহাটৰ নতুন উপায়ুক্ত অশোক কুমাৰ বৰ্মন
  • IAS সুমিত ছাট্টাৱন লখিমপুৰৰ নতুন উপায়ুক্ত
  • কোকৰাঝাৰৰ উপায়ুক্ত IAS মেঘা নিধি দাহাল
  • কৰিমগঞ্জৰ নতুন উপায়ুক্ত ACS খৰ্গেশ্বৰ পেগু
AssamDA News PlusDCTransfer
Comments (0)
Add Comment