- ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি।
- শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৯.২৬%।
- ৪৪,০৫৭গৰাকীৰ শুকুৰবাৰে ক’ভিড পৰীক্ষা সম্পন্ন হয়।
- বৃহস্পতিবাৰে আক্ৰান্তৰ হাৰ আছিল ৯.১৮%।
- নতুনকৈ শুকুৰবাৰে ক’ৰোনাত আক্ৰান্ত হৈছে ৪,০৭৮ জন।
- ইফালে মুঠ শুকুৰবাৰে মৃত্যু হৈছে ৭৬গৰাকী লোক।
- কামৰূপ মহানগৰত নতুনকৈ আক্ৰান্ত হৈছে ১,১০৭ জন লোক।