নাৰায়ণপুৰত শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

  • নাৰায়ণপুৰৰ মৰিচাপথাৰত অঘটন৷
  • বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু৷
  • মৃত লোকজনৰ নাম দীপেন চাউৰা৷
  • এজন লোকৰ ঘৰত কাম কৰি থকাৰ সময়তে এই অঘটন সংঘটিত হয়।
  • মৃত দীপেন চাউৰাৰ ঘৰ লালুক ৰানাবাৰীত৷
AssamDA News PlusDeathManNarayanpur
Comments (0)
Add Comment