ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে বন্ধ হ’ল মা কামাখ্যাৰ দ্বাৰ

ক’ৰোনাৰ সংহাৰৰ প্ৰতি গুৰুত্ব দি ১৩ মে’ৰ পৰা ১৫ দিনৰ বাবে বন্ধ হ’ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। বুধবাৰে এক নিৰ্দেশনাযোগে এই কথা সদৰি কৰিছে।

পূৰ্বেও ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰা হৈছিল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। পৰৱৰ্তী সময়ত কিছু নীতি নিয়ম শিথিল কৰি পুনৰ ভক্তৰ বাবে প্ৰৱেশ দ্বাৰ খুলি দিয়া হৈছিল।

AssamDA News PlusMA kamakhya
Comments (0)
Add Comment