২৪ ঘণ্টাত দেশত ক’ৰোনা আক্ৰান্ত ৩,৪৮,৪২১

গুৱাহাটী: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৪৮,৪২১। মঙলবাৰৰ দিনটোত ৪,২০৫ গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,৫৫,৩৩৮গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,৩৩,৪০,৯৩৮গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৯৪,৮২,৬৪২ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৫৪,১৯৭ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৭,০৪,০৯৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment