নিজৰ হাতত দুটাকৈ বিভাগ, কাক কি বিভাগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সৱিশেষ…

বিতৰণ কৰা হৈছে অসম মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৃহ আৰু লোক নিৰ্মাণ বিভাগ। একেদৰে অসম গণ পৰিষদৰ ২ বিধায়ক অতুল বৰা আৰু কেশৱ মহন্তক প্ৰদান কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ। তাৰ সমান্তৰালকৈ ইউপিপিএলৰ বিধায়ক ইউজি ব্ৰহ্মক প্ৰদান কৰা হৈছে বস্ত্ৰতাঁত আৰু হস্ততাঁত শিল্প বিভাগ।

আন আন মন্ত্ৰীসকল এনেধৰণৰ-

  1. মুখ্যমন্ত্ৰীৰ হাতত গৃহ, লোক নিৰ্মাণ
  2. অতুল বৰাক কৃষি-পশুপালন, অসম চুক্তি ৰূপায়ণ বিভাগ
  3. ৰঞ্জিত দাসক পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ
  4. চন্দ্ৰমোহন পাটোৱাৰীক পৰিবহণ, উদ্যোগ,
  5. পাটোৱাৰীক সংখ্যালঘু উন্নয়ন, দক্ষতা বিভাগো
  6. পৰিমল শুক্লবৈদ্যক বন-আবকাৰী, মীনপালন বিভাগ
  7. ইউ জি ব্ৰহ্মক বস্ত্ৰতাঁত আৰু হস্ততাঁত শিল্প বিভাগ
  8. অশোক সিংঘলক গুৱাহাটী উন্নয়ন বিভাগ আৰু জলসিঞ্চন বিভাগ
  9. অজন্তা নেওগক বিত্ত, সমাজ কল্যাণ বিভাগ
  10. ডাঃ ৰণোজ পেগু ৰাজ্যৰ নতুন শিক্ষামন্ত্ৰী
  11. যোগেন মহনক ৰাজহ, পাৰ্বত্য উন্নয়ন বিভাগ
  12. বিমল বৰাক ক্ৰীড়া, শক্তি, পৰ্যটন বিভাগ
  13. পীয়ুষ হাজৰিকাক জলসম্পদ বিভাগ, সংসদীয় পৰিক্ৰমা আৰু জনসংযোগ বিভাগ
  14. সঞ্জয় কিষাণক প্ৰদান কৰা হৈছে চাহ জনজাতি উন্নয়ন, শ্ৰম আৰু নিয়োগ বিভাগ
Assam MinistryDA News PlusHimanta Biswa SarmaPortfolio
Comments (0)
Add Comment