ভাৰতত নিয়ন্ত্ৰণ হোৱা নাই ক’ৰোনাৰ সংক্ৰমণ

দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৪,০১,০৭৮। শুকুৰবাৰৰ দিনটোত ৪,১৮৭গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,১৮,৬০৯ গৰাকী সুস্থ হৈ উঠে।

বৰ্তমানলৈ দেশৰ ২,১৮,৯২,৬৭৬গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৭৯,৩০,৯৬০ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,৩৮,২৭০ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৭,২৩,৪৪৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

CoronaDA News PlusIndiaInfection
Comments (0)
Add Comment