আমিনগাঁৱত সেনা জোৱানৰ আত্মহত্যা

ভাৰতীয় সেনাৰ আমিনগাওঁস্থিত 236 OP ইঞ্জিনিয়াৰিং ইউনিটত সংঘটিত হৈছে অঘটন। চীপ লৈ আত্মহত্যা কৰিছে এগৰাকী সেনা জোৱানে।

নিহত জোৱানজন মহাৰাষ্ট্ৰৰ পন্দুকুলাৰ বিজয় ভিট্টাল। নিশা বাৰ বজাত জোৱানজনে কোঠাত চিপলৈ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

AmingaonArmy JawanDA News PlusSuicide
Comments (0)
Add Comment