বিজেপি সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ

সোণাই: কাছাৰৰ সোণাইত বিজেপি সমৰ্থকৰ ওপৰত আক্ৰমণ৷ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ আত্মীয়ৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ৷ বিজেপি সমৰ্থকসকলক মাৰধৰ কৰাৰ লগতে দুৰ্বৃত্তই ভাঙি চূৰমাৰ কৰে ঘৰৰ আচবাব৷

AIUDF আৰু কংগ্ৰেছৰ সমৰ্থকে এই আক্ৰমণ চলোৱাৰ অভিযোগ কৰিছে বিজেপিৰ সমৰ্থকসকলে৷ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এনেদৰে ৰাজনৈতিক দলৰ সমৰ্থকসকলৰ মাজত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা৷

Comments (0)
Add Comment