নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

নগাঁও: নগাঁৱৰ টুকটুকীত বিধ্বংসী অগ্নিকাণ্ড৷ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত৷ টুকটুকীৰ বড়ী বজাৰত নিশা সংঘটিত হৈছে এই ঘটনা৷ এই অগ্নিকাণ্ডৰ ফলত ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ৷ বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে এই জুই লগাৰ সন্দেহ৷

Comments (0)
Add Comment