ৰাজ্যত ভয়ংকৰ ৰূপত বাঢ়িছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

গুৱাহাটী: অসমত কালিৰ দিনটোত ৰাজ্যত ৪,৪৮৯ গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১৬৪৫ জন কামৰূপ মেট্ৰ’ৰ। সোমবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৯। কালি মুঠ ৫৫৯৩৯জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ৮.০২ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Comments (0)
Add Comment