মহানগৰীৰ হোটেল লিলিত UPPLৰ বৈঠক

গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সোমবাৰে মহানগৰীৰ হোটেল লিলিত উপস্থিত হয় UPPLৰ নিৰ্বাচিত বিধায়কসকল। বিশেষ আলোচনাৰ বাবে বৈঠকত মিলিত হয় বিধায়কসকল।

Comments (0)
Add Comment