শুকুৰবাৰে ৰাজ্যত আক্ৰান্ত ৩,১৯৭ গৰাকী

গুৱাহাটী: অসমত কালিৰ দিনটোত ৩,১৯৭ গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১১৮৪জন কামৰূপ মেট্ৰ’ৰ। শুকুৰবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬। কালি মুঠ ৭২২৩৯ জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ৪.৪৩ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Comments (0)
Add Comment