পাৰ্থজিৎ বৰুৱালৈ দাদা চাহেব ফাল্কে

গুৱাহাটী: অসম সন্তানলৈ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱৰ বঁটা। শ্ৰেষ্ঠ তথ্য চিত্ৰ পৰিচালকৰ বঁটা পাৰ্থজিৎ বৰুৱালৈ। ‘ব্ৰেকিং দ্য চাইলেন্স’ৰ বাবে এই বঁটা। ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ নামত উছৰ্গা বঁটা।

Comments (0)
Add Comment