গুড়গাঁৱস্থিত অসম এছ’ছিয়েচনৰ প্ৰতিষ্ঠাপকৰ মৃত্যু

গুৱাহাটী: অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু। ক’ৰোনাত আক্রান্ত হৈছিল মৃদুল ভূঞা। গুৰুগ্রামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ ভূঞাৰ। মৃদুল ভূঞাৰ ঘৰ শিৱসাগৰত। পাৱাৰ গ্রীডত এগৰাকী বিষয়া হিচাপে কৰ্মৰত আছিল মৃদুল ভূঞা। তেখেতৰ মৃত্যুত দিল্লী আৰু গুড়গাঁও অসমীয়া সমাজৰ শোক প্রকাশ।

Comments (0)
Add Comment