অসমত কালি আক্ৰান্তৰ সংখ্যা ৩,০৭৯

গুৱাহাটী: অসমত কালিৰ দিনটোত ৩,০৭৯ গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১০২৯জন কামৰূপ মেট্ৰ’ৰ। বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬। কালি মুঠ ৬৭,২৭৮ জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ৪.৫৮ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Comments (0)
Add Comment