ৰাজ্যত ক’ৰোনা পজিটিভিটী ৰেট ৫.৪৯%

গুৱাহাটী: অসমত কালিৰ দিনটোত ৩,০৪৫গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১,২০৬ জন কামৰূপ মেট্ৰ’ৰ। বুধবাৰৰ দিনটোত সুস্থ হৈ উঠা লোকৰ সংখ্যা ১,০৯৮ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ২২। ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ২১,৮৪৮জন ৰোগী।

Comments (0)
Add Comment