ভূমিকম্প সন্দৰ্ভত জনতা ভৱনত জৰুৰী বৈঠক

গুৱাহাটী: ভূমিকম্প সন্দৰ্ভত জনতা ভৱনত জৰুৰী বৈঠক। ৰাজ্য়িক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বৈঠক। বৈঠকত ভাগ লয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ CEO আৰু শীৰ্ষ বিষয়াই। ৰাজ্যবাসীৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰে বিভাগটোৱে। হেল্প লাইন নম্বৰকেইটা ১০৭৭,১০৭০ আৰু ১০৭৯। কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সৈতেও ভাৰ্ছুৱেল বৈঠক ৰাজ্য়িক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ।

Comments (0)
Add Comment