ভাৰতত ক’ৰোনাৰ জটিল ৰূপ

দিল্লী: ভাৰতত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। শনিবাৰৰ দিনটোত দেশৰ ৩,৪৯,৬৯১গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় ক’ৰোনাত। কালি মৃত্যু হয় ২,৭৬৭গৰাকী আক্ৰান্তৰ। ইফালে ২,১৭,১১৩গৰাকী লোক সুস্থ হৈ উঠে শনিবাৰৰ দিনটোত।

Comments (0)
Add Comment