ONGCৰ দুই অপহৃত বিষয়াক উদ্ধাৰ

গুৱাহাটী: উদ্ধাৰ হ’ল ONGCৰ দুই অপহৃত বিষয়া। নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ দুই বিষয়া। আছাম ৰাইফলছ আৰু সেনাৰ যুটীয়া অভিযানত উদ্ধাৰ। উদ্ধাৰ হোৱা ONGCৰ বিষয়া দুগৰাকী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। সেনাই বিবৃতি যোগে প্ৰকাশ কৰে এই কথা। বৰ্তমানলৈ সন্ধান নাই আনগৰাকী অপহৃত ৰিতুল শইকীয়াৰ।

Comments (0)
Add Comment