ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত

ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত। স্নাতক, স্নাতকোত্তৰ আৰু কেন্দ্ৰসমূহৰ পৰীক্ষা স্থগিত। পৰৱৰ্তী দিন ধাৰ্য নকৰালৈকে স্থগিত ৰখা হৈছে পৰীক্ষাসমূহ। ক’ভিড পৰিস্থিতিৰ পৰিপেক্ষিতত এই নিৰ্দেশনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

Comments (0)
Add Comment