দেশত ক’ৰোনাৰ সংহাৰ

অসমত কালিৰ দিনটোত ক’ৰোনাত আক্ৰান্ত হয় ১,৯৩১গৰাকী।
বৃহস্পতিবাৰে মৃত্যু হয় ১০ গৰাকী আক্ৰান্তৰ।
কালি ৩৯৮গৰাকী ৰোগী সুস্থ হৈ চিকিৎসালয়ৰপৰা উভতে।
ৰাজ্যত ১০,৫৭১গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী বৰ্তমানো চিকিৎসাধীন।
বৰ্তমানলৈ অসমত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৬০ আৰু সুস্থ হৈ উঠিছে ২,১৭,৯৯১গৰাকী লোক।
ভাৰতত কালিৰ দিনটোত ক’ৰোনাত আক্ৰান্ত হয় ৩,৩২,৩৯৪গৰাকী লোক।
বৃহস্পতিবাৰে ভাৰতত ২,২৫৫ গৰাকী আক্ৰান্তৰ মৃত্যু।

Comments (0)
Add Comment