ONGCৰ তিনি বিষয়াক অপহৰণ

কুইপ’ৰ পিছত এইবাৰ ONGCৰ তিনি বিষয়াক অপহৰণ।
পুৱতি নিশা অপহৰণ কৰে বিষয়া কেইগৰাকীক।
আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ।
লাকুৱাৰ ৮ নং তৈল ক্ষেত্ৰৰ পৰা অপহৰণ।
অপহৃত কেইগৰাকী কণিষ্ঠ অভিযন্তা অলকেশ শইকীয়া, কণিষ্ঠ টেকনিচিয়ান ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈ। মোহিনী মোহনৰ ঘৰ ডিব্ৰুগড়ৰ খোৱাঙত, ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটৰ বৰহোলাত, অলকেশ শইকীয়াৰ ঘৰ যোৰহাট।

Comments (0)
Add Comment