danewsplus.com
danewsplus.com

আইন উলংঘা কৰাৰ পূৰ্বে সাৱধান! আৰক্ষীয়ে সংগ্ৰহ কৰিছে ১৫ লক্ষাধিক টকাৰ জৰিমণা…

0 105

সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰীৰ যান-বাহন আৰক্ষী। প্ৰতিদিনে আৰক্ষীয়ে অনুজ্ঞাপত্ৰবিহীন চালকৰ বিৰুদ্ধে অভিযান চলাইছে।

বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো লোকে চলাচল কৰিলে তেনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই জৰিমণা বিহিছে। বিগত ১৫ দিনত ১৩ লক্ষাধিক জৰিমণা আদায় কৰিছে আৰক্ষীয়ে।

ইফালে উপলব্ধ হোৱা তথ্যনুসৰি ১১ মে’ৰ পৰা ১৯ মে’লৈ যান-বাহন আৰক্ষীয়ে মুঠ ৩৬৬ খন বাহন জব্দ কৰিছে। আনহাতে এই সময়চোৱাত জৰুৰীকালীন সেৱাৰ বাহনসমূহক ৰেহাই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.