danewsplus.com
danewsplus.com

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানলৈ আলফা(স্বাঃ)ৰ সকীয়নি

0 63

গুৱাহাটী: ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানলৈ আলফা(স্বাঃ)ৰ সকীয়নি৷
অইল, অসম গেছ কোম্পানী, IOCলৈ সকীয়নি৷
গেছ কোম্পানীক ঘৰে ঘৰে গেছ যোগানৰ নিৰ্দেশ৷
প্ৰাকৃতিক দুৰ্যোগত আৰ্তজনক সহায়ৰ দাবী৷
বছৰি ৫ কোটিকৈ আগবঢ়াব লাগিব প্ৰতিষ্ঠানসমূহে।ঠিকাভিত্তিক কৰ্মচাৰীক স্থায়ী নিযুক্তিৰ দাবী৷
প্ৰতিষ্ঠানকেইটাৰ লাভৰ অংশ অসমে কিমান পালে সেই তথ্য ৰাজহুৱা কৰাৰ দাবী৷
সঞ্চালকৰ পদ থলগিৰিৰ বাবে সংৰক্ষণৰ দাবী৷
চাকৰিৰ বাবে অসমত পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী৷
চাকৰি ৯৫ শতাংশ থলুৱাৰ বাবে সংৰক্ষণৰ দাবী৷
নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ দাবী৷
দাবীসমূহ মনাৰ প্ৰতিশ্ৰুতি দিয়াৰ নিৰ্দেশ৷
অনথ্যা সশস্ত্ৰ পন্থাৰ বিকল্প নথকাৰ হুংকাৰ৷

Leave A Reply

Your email address will not be published.